🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍
👇🏻 20 April, Current Affairs 2022 👇🏻
👉 কোন দেশৰ প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত ভাৰত ভ্ৰমণ কৰিব?
উত্তৰ : UK (ইউকে) ।
👉 কোন খন দেশে এটা মুখ্য সামৰিক ঘাটিৰ সৈতে ভাৰতৰ সহায় বিচাৰে?
উত্তৰ : UK (ইউকে) ।
👉 শেহতীয়াকৈ ভাৰতে কিমানখন Mi-17 সামৰিক হেলিকপ্টাৰৰ আমদানি বাতিল কৰিছে?
উত্তৰ : ৪৮ খন ।
👉 শেহতীয়াকৈ দুৰ্ঘটনাৰ ক্ষতিপূৰণ ত্বৰান্বিত কৰিবলৈ কোনটো পৰ্টেল বিকশিত কৰা হৈছে?
উত্তৰ : e-Dar (ই-দাৰ) ।
👉 মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথে (Mauritius PM Pravind Jugnauth) কোনখন দেশলৈ ৮ দিনীয়া ভ্ৰমণত গৈছে?
উত্তৰ : ভাৰত ।
👉 শেহতীয়াকৈ কোন খন দেশে UK ৰ নিষেধাজ্ঞাৰ ওপৰত জ্যেষ্ঠ মন্ত্ৰী বৰিছ জনছনক (Boris Johnson) নিষিদ্ধ কৰিছে?
উত্তৰ : Russia (ৰাছিয়া) ।
👉 শেহতীয়াকৈ কোন খন দেশৰ জনসংখ্যাই ২০২১ চনত ৬৪৪,০০০ ৰ অভিলেখ হ্ৰাস কৰিছে?
উত্তৰ : Japan (জাপান) ।
👉 বিশ্বৰ কোন দিনটোত আন্তৰ্জাতিক স্মৃতিস্তম্ভ আৰু স্থান (Monuments and Sites) দিৱস পালন কৰা হয়?
উত্তৰ : ১৮ এপ্ৰিল ।
👉 কোনটো বিষয়ৰ অধীনত ৮০ তম স্কচ (Scotch) সন্মিলন আয়োজন কৰা হৈছিল?
উত্তৰ : State of BFSI & PSUs
👉 ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (Inland Waterways Authority of India) আয়োজন কৰা জলমাৰ্গ সন্মিলন - ২০২২ কোনখন চহৰত আছিল?
উত্তৰ : Dibrugarh (ডিব্ৰুগড়) ।
👉 ৰঙালী বিহু কোন খন ৰাজ্যৰ নতুন বছৰ?
উত্তৰ : Assam (অসম) ।
👉 উৎপাদন-সংযোজিত ইনচেণ্টিভ (Production-Linked Incentive) আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল, যাক শেহতীয়াকৈ বস্ত্ৰ খণ্ডৰ বাবে অনুমোদন জনোৱা হৈছিল?
উত্তৰ : ২০২০ চন ।
👉 প্ৰধানমন্ত্ৰী মোডীয়ে শেহতীয়াকৈ কে কে পেটেল চুপাৰ স্পেচিয়েলিটি হস্পিটেল কোন ঠাইত উদ্বোধন কৰিছে?
উত্তৰ : Bhuj (ভুজ) ।
👉 কোনটো কোম্পানী প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ৰ বাবে এক অফিচিয়েল ডিজিটেল পেমেণ্ট অংশীদাৰ হৈ পৰিছে?
উত্তৰ : Paytm (পেটিএম) ।
👉 কোনটো সংগঠনে ৰাষ্ট্ৰীয় তথ্য আৰু বিশ্লেষণ মঞ্চ (NDAP) মুকলি কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : NITI Aayog (নীতি আয়োগ) ।
👉 শীৰ্ষ ভাৰতীয় সাঁতোৰবিদ সজন প্ৰকাশে (Sajan Prakash) কোনটো শ্ৰেণীত ডেনিছ অপেনত পুৰুষৰ ২০০ মিটাৰ সোণৰ পদক জিকিছিল?
উত্তৰ : Butterfly
👉 হুনাৰ হাটৰ (Hunar Haat) কিমান তম সংস্কৰণ অলপতে মুম্বাইত আৰম্ভ হৈছিল?
উত্তৰ : ৪০ তম ।
👉 প্ৰতি বছৰে কিমান তাৰিখে ৰাষ্ট্ৰসংঘই বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰে?
উত্তৰ : ১৮ এপ্ৰিল ।
👉 বিশ্ব ঐতিহ্য দিৱস ২০২২ ৰ বিষয়বস্তু কি?
উত্তৰ : Heritage and Climate (ঐতিহ্য আৰু জলবায়ু) ।
👉 শেহতীয়াকৈ কাক চলচ্চিত্ৰ শ্ৰেণীত ২০২১ AIMA Managing India Awards ৰ সৈতে সন্মানিত কৰা হৈছে?
উত্তৰ : Shoojit Sircar (শুজিত চিৰকাৰ) ।
👉🏻 এয়াৰ ইণ্ডিয়া এছেট হোল্ডিং (AIAHL) ৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক (CMD) হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : Vikram Dev Dutt (বিক্ৰম দেৱ দত্ত) ।

Post a Comment
0 Comments