(১) জোনবিল মেলা বছৰৰ কোন মাহত পালন কৰা হয় ?
👉👉 মাঘ মাহত
(২) ভাৰতীয় জীৱন বীমা নিগম কেতিয়া গঠন কৰা হৈছিল ?
👉👉 ১৯৫৬ চনৰ ১ ছেপ্টেম্বৰত
(৩) চমাংকান উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে ?
👉👉 কাৰ্বি
(৪) অসম ছাত্ৰ সন্মিলনীৰ গঠন কেতিয়া হৈছিল ?
👉👉 ১৯১৬ চনত
(৫) এজন মানুহে দিনত কিমান বাৰ উশাহ লয় ?
👉👉 ২২,০০০ বাৰ
(৬) মধ্য প্ৰদেশত উচ্চ ন্যায়ালয় ক'ত অৱস্থিত ?
👉👉 JABALPUR
(৭) পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন ?
👉👉 প্ৰশান্ত মহাসাগৰ
(৮) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি ঘোষণা কেতিয়া কৰিছিল ?
👉👉 ৮ ছেপ্টেম্বৰ ২০১৬
(৯) ডাক টিকটত ছবি প্ৰকাশ পোৱা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন ?
👉👉 লক্ষ্মীনাথ বেজবৰুৱা
(১০) কথক নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉👉 উত্তৰ প্ৰদেশ
(১১) গুৰু ভটিমাৰ প্ৰৱৰ্তক কোন ?
👉👉 মাধৱদেৱ
(১২) অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ?
👉👉
(১৩) ফৰকান্তি কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে ?
👉👉 ৰাভা
(১৪) ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংক কোনটো ?
👉👉 HDFC BANK
(১৫) লোক আদালত প্ৰথমে কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল ?
👉👉 গুজৰাট
(১৬) অসমৰ আটাইতকৈ ওখ শৃংগটোৰ কি ?
👉👉 লাইকে
(১৭) কথাকলি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉👉 কেৰেলা
(১৮) লালা লাজপত ৰায়ৰ প্ৰচেষ্টাত কোনটো বেংক গঠন কৰা হৈছিল ?
👉👉 PUNJAB NATIONAL BANK
(১৯) চিগাৰেট ধূমপানৰ ফলত কি গেছ নিৰ্গত হয় ?
👉👉 কাৰ্বন মনোক্সাইড
(২০) গৰম পানী উহ ক'ত পোৱা যায় ?
👉👉 নামবৰ
(২১) চিকিৎসক দিৱস কোন তাৰিখে ?
👉👉 ১ জুলাই
(২২) গুপ্ত যুগত পুনৰজাগৰণ ঘটাঁ ধৰ্মটো কি আছিল ?
👉👉 বৌদ্ধ ধৰ্ম
(২৩) ২০২০ বৰ্ষত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে ?
👉👉 SUPERSTAR RAJINIKANTH
(২৪) বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ কিমান ?
👉👉 ৭৮.০৯%
(২৫) ভাৰতবৰ্ষত কেতিয়া চৰকাৰী ভাষা আয়োগ গঠন কৰা হৈছিল ?
👉👉 ৭ জুন, ১৯৫৫ চনত
(২৬) সংবিধানৰ কোনটো সংশোধনৰ দ্বাৰা মৌলিক অধিকাৰ সংশোধন কৰাৰ ক্ষমতা সংসদক দিয়া হৈছিল ?
👉👉 ২৪ তম সংশোধনী
(২৭) পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
👉👉 বাবৰ আৰু ইব্ৰাহিম লোডী
(২৮) ইংৰাজে আফু খেতি বন্ধ কোন চনত কৰিছিল ?
👉👉 ১৮৬১ চনত
(২৯) 'ৰাজতৰংগিণী' কাৰ ৰচনা ?
👉👉 কলহন
(৩০) মোহিনী অট্টম নৃত্য কোনখন ৰাজ্য ৰ লগত জড়িত ?
👉👉 কেৰেলা
(৩১) 'দাস বংশৰ' শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
👉👉 ইলতুৎমিচ
(৩২) 'হিন্দ স্বৰাজ' গ্ৰন্থখনৰ লিখক কোন ?
👉👉 মহাত্মা গান্ধী
(৩৩) ভাৰতৰ শেষ মোগল সম্ৰাটজন কোন আছিল ?
👉👉 দ্বিতীয় বাহাদুৰ ছাহ
(৩৪) শিৱাজীয়ে ছত্রপতি উপাধি কোন চনত লাভ কৰিছিল ?
👉👉 ১৬৭৪ চনত
(৩৫) চিগাৰেট লাইটাৰত ইন্ধন হিচাপে কোনটো গেছ ব্যৱহাৰ কৰা হয় ?
👉👉 বিউটেন
(৩৬) আটাইতকৈ কম সময় ৰাজত্ব কৰা আহোম ৰজাজন কোন ?
👉👉 চামুগুৰীয়া ৰজা
(৩৭) শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল ?
👉👉 অম্বিকা কুঁৱৰী ৰাণীয়ে
Telegram 🔥
(৩৮) সূৰ্য্যৰ পৰা অহা ক্ষতিকাৰক অতিবেঙুনীয়া বিকিৰণৰ ৯৯% কিহৰ দ্বাৰা প্ৰতিৰোধ কৰা হয় ?
👉👉 অ'জন স্তৰ
(৩৯) দ্বিতীয় বিশ্বযুদ্ধত কি অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ?
👉👉 বোমাৰু বিমান
(৪০) শালনীবাৰী বিমান বন্দৰ ক'ত আছে ?
👉👉 তেজপুৰ
(৪১) বৰ্তমান পৃথিৱীৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ সংখ্যা কিমান ?
👉👉 ১৯৪
(৪২) মোহন বাৰি বিমান বন্দৰ ক'ত আছে ?
👉👉 ডিব্ৰুগড়
(৪৩) নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে ?
👉👉 শোণিতপুৰ
(৪৪) শৰাইঘাট দলংখন কিমান চনত সাজি উলিয়াইছিল ?
👉👉 ১৯৬২ চনত
(৪৫) অসমৰ কোনখন জিলাত জনবসতি আটাইতকৈ ঘন ?
👉👉 নলবাৰী
(৪৬) ভাৰতীয় উপন্যাসৰ জনক কোন ?
👉👉 বঙ্কিম চন্দ্ৰ চেটাৰ্জি
(৪৭) "শ্ৰীহস্ত মুক্তাৱলী" কি বিষয়ক পুথি ?
👉👉 নৃত্য আৰু মুদ্ৰা
(৪৮) ভাৰতৰ প্ৰথমখন মুকলি বিশ্ববিদ্যালয় ক'ত
👉👉 অন্ধ্ৰ প্ৰদেশ মুকলি বিশ্ববিদ্যালয়
(৪৯) "ভদৰী" "পাতমুখী" চুটিগল্প ৰচনা কোনে কৰে ?
👉👉 লক্ষ্মীনাথ বেজবৰুৱা
(৫০) মধ্যাকৰ্ষণ সূত্ৰ আবিষ্কাৰ কোনে কৰিছিল ?
👉👉 নিউটন
(৫১) প'ল' খেল আৰম্ভ হোৱা ভাৰতৰ প্ৰথম খন ৰাজ্য ?
👉👉 মণিপুৰ
(৫২) গৰিবি হতাও শ্লোগান দিয়া প্ৰথম ভাৰতীয় প্ৰধান মন্ত্ৰীজন কোন আছিল ?
👉👉 ইন্দিৰা গান্ধী
(৫২) ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত মুঠ ভাষাৰ সংখ্যা কিমান ?
👉👉 ২২
(৫৩) 'ভূত নে ভ্ৰম' কাৰ ৰচনা ?
👉👉 পদ্মনাথ গোহাঞি বৰুৱা
(৫৪) উত্তৰ পূৰ্বাঞ্চলৰ কত প্ৰথমটো বিমান প্ৰশিক্ষণ কেন্দ্ৰ আছে?
👉👉 অসমৰ লখিমপুৰ জিলাত অৱস্থিত লীলাবাৰী বিমানবন্দৰ।

Post a Comment
0 Comments