আজিৰ দিনটোৰ সাম্প্ৰতিক পৰিক্ৰমা প্ৰশ্নোত্তৰ সমূহ
৯ ফেব্ৰুৱাৰী, ২০২২
১। শেহতীয়াকৈ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ:- ড. উন্নিকৃষ্ণন নায়াৰ
২। শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে লতাজীৰ জন্ম দিনত লতা মংগেশকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ:- মধ্য প্ৰদেশ
৩। শেহতীয়াকৈ ৰথ সপ্তমী উৎসৱ ক'ত উদযাপন কৰা হয়?
উত্তৰ:- অন্ধ্ৰপ্ৰদেশ
৪। শেহতীয়াকৈ কোনখন দেশৰ বেগী বলাৰ চুৰংগা লকমল এ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে?
উত্তৰ:- শ্ৰীলংকা
৫। শেহতীয়াকৈ জাৰী হোৱা ভাৰত প্ৰেছ স্বতন্ত্ৰতা ৰিপোৰ্ট 2021 বৰ্ষত কোমখন ৰাজ্যই শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ:- জম্মু কাশ্মীৰ
৬। কোনখন ৰাজ্যই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে CLAP অভিযান আৰম্ভ কৰিছে?
উত্তৰ:- অন্ধ্ৰ প্ৰদেশ
৭। ভাৰতত বিশ্বৰ সকলোতকৈ ডাঙৰ টিকাকৰণ অভিযান ' ইন্দ্ৰধনু 4.0 ' কোনে মুকলি কৰে?
উত্তৰ:- মনসুখ মণ্ডভিয়া
৮। 8 ফেব্ৰুৱাৰী, 2022 ত ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ কিমান তম জয়ন্তী পালন কৰা হয়?
উত্তৰ:- 125 তম
Telegram 👉 https://t.me/Preparation_Assam
৯। শেহতীয়াকৈ ভাৰত আৰু কোনখন দেশৰ মাজত নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সৈতে জৰিত বিষয় সমূহত দ্বিপাক্ষিক আলোচনা হৈছে?
উত্তৰ:- ৰুছ
১০। শেহতীয়াকৈ জাৰী হোৱা Forbes ৰিপোৰ্ট অনুসৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন?
উত্তৰ:- গৌতম আদানী

Post a Comment
0 Comments