Preparation Assam
Preparation Assam Subscribe Our Youtube Channel
Subscribe
Type Here to Get Search Results !

Assamese GK

 ১) প্ৰশ্ন : বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল?

উত্তৰ : The Old Man and the Sea.

২) প্ৰশ্ন : শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?

উত্তৰ : ৩৭ খন।

৩) প্ৰশ্ন : ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?

উত্তৰ : জিওফ্ৰি চচাৰক।

৪) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?

উত্তৰ : দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)

৫) প্ৰশ্ন : কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?

উত্তৰ : ফিৰদৌছি।

৬) প্ৰশ্ন : “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?

উত্তৰ : ৰৰ্বাট লুইছ ষ্টিভেনছনে।

৭) প্ৰশ্ন : ‘Glimpses of world History’ কোনে লিখিছে?

উত্তৰ : জৱাহৰলাল নেহৰু।

৮) প্ৰশ্ন : বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?

উত্তৰ : ফ্ৰাচোঁৱা মেৰী অৰুৱে।

৯) প্ৰশ্ন : ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?

উত্তৰ : চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেও৬ৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।

১০) প্ৰশ্ন : Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?

উত্তৰ : শ্বেক্সপীয়েৰ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.