DHS পৰীক্ষাৰবাবে সম্à¦াব্য প্ৰশ্ন
(à§§) নৰেন্দ্à§° মোডীà§° সম্পূà§°্ণ নামটো কি ?
👉👉 নৰেন্দ্à§° দামোদৰ দাস মোডী।
(২) মোহন বাà§°ি বিমান বন্দৰ ক'ত আছে ?
👉👉 ডিব্à§°ুগড়।
(à§©) " কেতেকী" গ্ৰন্থখনৰ লেখক কোন ?
👉👉 ৰঘুনাথ চৌধাà§°ী।
(৪) বৰ ৰজা উপাধি প্ৰথমে কাক দিà§Ÿা হৈছিল ?
👉👉 ফুলেশ্বৰীক।
(à§«) অসমত মুঠকেইটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে ?
👉👉 ৫৯৮ টা।
(৬) à¦াৰতৰ প্ৰথম মহিলা à§°াষ্ট্ৰপতি কোন আছিল ?
👉👉 প্ৰতিà¦া দেà§±ী সিং পাটিল।
(à§) লোকটক হ্ৰদ ক'ত আছে ?
👉👉 মণিপুà§°।
(à§®) শালনীবাà§°ী বিমান বন্দৰ ক'ত আছে ?
👉👉 তেজপুà§°।
(৯) ছৈয়দ শ্বাহ মিলানৰ অসমত জনপ্à§°িà§Ÿ নাম কি আছিল ?
👉👉 আজান ফকিà§°।
(১০) গোবিন্দ সাগৰ হ্ৰদ ক'ত অৱস্থিত ?
👉👉 হিমাচল প্ৰদেশ।

Post a Comment
0 Comments