Preparation Assam
Preparation Assam Subscribe Our Youtube Channel
Subscribe
Type Here to Get Search Results !

Current affairs

 🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍

👇🏻 18 April, Current Affairs 2022 👇🏻


👉🏻 শেহতীয়াকৈ কোনখন দেশে আফগানিস্তানৰ ওপৰত এয়াৰষ্ট্ৰাইক চলাইছিলে য'ত বহুতো মহিলা আৰু শিশু হতাহত হৈছে?

উত্তৰ : পাকিস্তান (Pakistan) ।


👉🏻 শেহতীয়াকৈ কোনখন দেশৰ ৰাজ্যিক সংবাদ মাধ্যমই দাবী কৰা আৰম্ভ কৰিছে যে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে?

উত্তৰ : Russia (ৰাছিয়া) ।


👉🏻 শেহতীয়াকৈ পানী ৰাহি কৰিবলৈ কোন খন ৰাজ্যত চেন্সৰ-আধাৰিত জলসিঞ্চন প্ৰণালী স্থাপন কৰা হৈছিল?

উত্তৰ : Goa (গোৱা) ।


👉🏻 শেহতীয়াকৈ মিছাইল আক্ৰমণৰ দ্বাৰা কৃষ্ণ সাগৰত কোন খন দেশৰ যুদ্ধজাহাজ ধ্বংস হৈছে?

উত্তৰ : Russia (ৰাছিয়া) ।


👉🏻 শেহতীয়াকৈ এণ্টি-টেংক গাইডেড মিছাইল 'হেলিনা' কোনে দ্বাৰা সফলতাৰে পৰীক্ষা কৰা হৈছিল?

উত্তৰ : DRDO (ডি.আৰ.ডি.ও) ।


👉🏻 শেহতীয়াকৈ চৰকাৰে কিমানখন চহৰ কভাৰ কৰিবলৈ 'স্বনিধি চে সমৃদ্ধি' (Svanidhi Se Samridhi) কাৰ্যসূচী সম্প্ৰসাৰিত কৰিছে?

উত্তৰ : ১২৬ খন ।


👉🏻 নীতি আয়োগৰ ৰাজ্যিক শক্তি আৰু জলবায়ু সূচক অনুসৰি বৈদ্যুতিক বাহনৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনখন ৰাজ্য তালিকাৰ শীৰ্ষত আছে?

উত্তৰ : Tripura (ত্ৰিপুৰা) ।


👉🏻 শেহতীয়াকৈ কোন খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ১ জুলাইৰ পৰা এমাহত ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ ঘোষণা কৰিছে?

উত্তৰ : Punjab (পাঞ্জাৱ) ।


👉🏻 শেহতীয়াকৈ কোনে গুজৰাটত হনুমানৰ ১০৮ ফুটৰ মূৰ্তি উন্মোচন কৰিছে?

উত্তৰ : Narendra Modi (নৰেন্দ্ৰ মোডী) ।


👉🏻 বিশ্ব কণ্ঠ দিৱস বিশ্বৰ কোন দিনটোত পালন কৰা হয়?

উত্তৰ : 16 April (১৬ এপ্ৰিল) ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.