🌍আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ🌍
👇🏻30 March, Current Affairs 2022 👇🏻
👉🏻 বিশ্ব বায়ু গুণমান প্ৰতিবেদন-২০২১-ত বিশ্বৰ প্ৰদূষিত ৰাজধানী কোন?
উত্তৰ : নতুন দিল্লী ।
👉🏻 উইংছ ইণ্ডিয়া-২০২২ কোন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত কৰা হৈছিল?
উত্তৰ : অসামৰিক বিমান পৰিবহন মন্ত্ৰালয় (Ministry of Civil Aviation) ।
👉🏻 শেহতীয়াকৈ নৰসিঙ্গনপেট্টাই নাদস্বৰাম' যিয়ে জিআই টেগ পাইছিল কোনখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ?
উত্তৰ : তামিলনাডু ।
👉🏻 সত্যৰ অধিকাৰ আৰু ভুক্তভোগীসকলৰ মৰ্যাদাৰ বাবে আন্তৰ্জাতিক দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ২৪ মাৰ্চ ।
👉🏻 ইউএনইপি 'বাৰ্ষিক সীমান্ত প্ৰতিবেদন, ২০২২' অনুসৰি কোনখন ভাৰতীয় চহৰক বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক শব্দ প্ৰদূষিত চহৰ হিচাপে স্থান দিয়া হৈছে?
উত্তৰ : মোৰাদাবাদ ।
👉🏻 শেহতীয়া চৰকাৰী তথ্য অনুসৰি, ২০২২ চনলৈকে কোনখন ৰাজ্যত দেশৰ সৰ্বাধিক সংখ্যক অ'ডিএফ প্লাছ গাওঁ আছে?
উত্তৰ : তেলেংগানা ।
👉🏻 ভাৰতৰ প্ৰথমবাৰৰ বাবে খহটা দাঁতৰ ডলফিন (ষ্টেনো ব্ৰেডেনেনচিছ) কোন খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত জীৱন্ত দেখা পোৱা গৈছে?
উত্তৰ : লক্ষদ্বীপ ।
👉🏻 কোন খন ভাৰতীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত 'ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ ২০২২' উদ্বোধন কৰা হৈছিল?
উত্তৰ : অন্ধ্ৰ প্ৰদেশ ।
👉🏻 ডেভিদ লিঞ্চৰ দ্বাৰা পৰিচালিত কোনখন চলচ্চিত্ৰক ৯৪ তম একাডেমী বঁটাত শ্ৰেষ্ঠ সম্পাদনা শ্ৰেণীত পুৰস্কৃত কৰা হৈছে?
উত্তৰ : এনকাণ্টো (Encanto) ।
👉🏻 শেহতীয়াকৈ বেডমিণ্টন টুৰ্ণামেণ্ট 'চুইছ অপেন চুপাৰ ৩০০ বেডমিণ্টন টুৰ্ণামেণ্ট ২০২২'ত কোন ভাৰতীয়ই মহিলাৰ একক খিতাপ জিকিছে?
উত্তৰ : পি ভি সিন্ধু ।
👉🏻 শেহতীয়াকৈ যোগ মহোৎসৱ ২০২২ অভিযান কিমান দিনৰ পৰা আৰম্ভ কৰা হৈছে?
উত্তৰ : ১০০ দিন ।
👉🏻 কোনটো মন্ত্ৰালয়ৰ অধীনত কাম কৰি থকা এনচিপিঅ'আৰে মেৰু বিজ্ঞান আৰু ক্ৰিয়াস্ফেয়াৰ গৱেষণা আঁচনি সফলতাৰে ৰূপায়ণ কৰিছে?
উত্তৰ : পৃথিৱী বিজ্ঞান মন্ত্ৰালয় (Ministry of Earth Sciences) ।
👉🏻 যক্ষ্মা ৰোগ নিৰ্মূল কৰিবলৈ, কোন মন্ত্ৰালয়ৰ জৈৱ প্ৰযুক্তি বিভাগে শেহতীয়াকৈ 'ডেয়াৰ2এৰাড টিবি' উদ্যোগ আৰম্ভ কৰিছে?
উত্তৰ : বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Science and Technology) ।
👉🏻 কোনটো এয়াৰপৰ্ট লিমিটেডে শেহতীয়াকৈ ৱিংছ ইণ্ডিয়া ২০২২-ত 'কোভিড চেম্পিয়ন' বঁটা লাভ কৰিছে?
উত্তৰ : কোচিন ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড (Cochin International Airport Limited) ।
👉🏻 UNEP ৰ দ্বাৰা প্ৰকাশিত শেহতীয়া 'বাৰ্ষিক সীমান্ত প্ৰতিবেদন, ২০২২' অনুসৰি কোনখন চহৰ বিশ্বব্যাপী আটাইতকৈ শব্দ প্ৰদূষিত চহৰত শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ : ঢাকা ।
👉🏻 কোন ভাৰতীয় অভিনেতাক আবু ধাবিৰ 'য়াছ দ্বীপ'ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ : ৰণবীৰ সিং ।
👉🏻 প্ৰতিৰক্ষা মন্ত্ৰালয়ে কাৰ সৈতে ৪৭৩ কোটি টকাৰ আঠখন ফাষ্ট পেট্ৰ'ল জাহাজ নিৰ্মাণ কৰিব?
উত্তৰ : গোৱা শিপইয়ৰ্ড লিমিটেড ।
👉🏻 ২৮ মাৰ্চ ২০২২ ৰ পৰা "ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ"ৰ ২০ তম সংস্কৰণ ক'ত আৰম্ভ হৈছে?
উত্তৰ : ভুৱনেশ্বৰ ।
👉🏻 ভাৰতৰ কোনজন প্ৰাক্তন কম্পট্ৰ'লাৰ এণ্ড অডিটৰ জেনেৰেলক কল্যাণ জুৱেলাৰ্ছ ইণ্ডিয়া লিমিটেডে ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে?
উত্তৰ : বিনোদ ৰায় ।
👉🏻 ২৮ মাৰ্চ ২০২২ তাৰিখে একেৰাহে দ্বিতীয়বাৰৰ বাবে গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে?
উত্তৰ : প্ৰমোদ সাৱন্ত ।
👉🏻 ভাৰতৰ ঘৰুৱা হকী প্ৰতিযোগিতা "আউবাইদুল্লা খান হকী কাপ" কোনে জিকিছে?
উত্তৰ : ভাৰতীয় ৰেল ।
👉🏻 শেহতীয়াকৈ কোনে 'ভাৰত ভাগ্য বিধাতা উৎসৱ ২০২২' উদ্বোধন কৰিছে?
উত্তৰ : স্মৃতি ইৰাণী ।
👉🏻 শেহতীয়াকৈ কোনজন ভাৰতীয় স্প্ৰিণ্টাৰে ৩০০০ মিটাৰ ষ্টিপলচেজত এটা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে?
উত্তৰ : অবিনাশ চেবল ।
👉🏻 বিশ্ব থিয়েটাৰ দিৱস বিশ্বব্যাপী কোন তাৰিখে পালন কৰা হয়?
উত্তৰ : ২৭ মাৰ্চ ।
👉🏻 ২০২২ চনৰ ষ্টকহম পানী পুৰস্কাৰৰ বিজয়ীৰ কোন?
উত্তৰ : উইলফ্ৰিড ব্ৰুটচাৰ্ট (Wilfried Brutsaert) ।
👉🏻 ৱিংছ ইণ্ডিয়া ২০২২-ত সাধাৰণ শ্ৰেণীৰ অধীনত কোনটো বিমানবন্দৰক 'শ্ৰেষ্ঠ বিমানবন্দৰ' হিচাপে বিবেচিত কৰা হৈছে?
উত্তৰ : কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Kempegowda International Airport) ।
👉🏻 ৰাষ্ট্ৰপতি ৰামনাথ কোবিদে আইএনএছ ভালচুৰাক ৰাষ্ট্ৰপতিৰ ৰং প্ৰদান কৰিছিল । এই আইএনএছ ভালচুৰা কোন খন চহৰত অৱস্থিত?
উত্তৰ : জামনগৰ ।
👉🏻 শেহতীয়াকৈ কোনদলে SAFF অনুৰ্ধ-১৮ মহিলা ফুটবল চেম্পিয়নশ্বিপৰ তৃতীয় সংস্কৰণ জিকিছে?
উত্তৰ : ভাৰত ।
👉🏻 উত্তৰ-পূব ভাৰতৰ সংস্কৃতি, কাৰুশিল্প আৰু ৰন্ধনপ্ৰণালী প্ৰদৰ্শন কৰিবলৈ ঈশান মন্থন উৎসৱ কোন খন চহৰত আয়োজন কৰা হৈছে?
উত্তৰ : নতুন দিল্লী ।

ভাল লাগিল।
ReplyDelete