🌍 আজিৰ দিনটোৰ কেইটামান সাম্প্ৰতিক পৰিক্ৰমাৰ প্ৰশ্নোত্তৰ 🌍
👇🏻20 March, Current Affairs 2022 👇🏻
👉🏻 মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰা "সেউজীয়া ত্ৰিভুজ" কোন খন দেশত উদ্বোধন কৰা হৈছিল?
উত্তৰ : মাদাগাস্কাৰ ।
👉🏻 "দিশাংক" কোনখন ভাৰতীয় ৰাজ্যৰ ভূমি ডিজিটাইজেচন প্ৰয়োগ?
উত্তৰ : কৰ্ণাটক ।
👉🏻 শেহতীয়াকৈ কোনখন দেশে দিবালোক সংৰক্ষণ সময় (ডিএছটি) স্থায়ী কৰি 'চানচাইন সুৰক্ষা আইন' গৃহীত কৰিছে?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ ।
👉🏻 আদাভি ট্ৰাইবেল ব্ৰেণ্ড কোন খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ?
উত্তৰ : কেৰালা ।
👉🏻 কোভিড ১৯ ৰ বাবে তৈয়াৰ কৰা প্ৰথম থলুৱা ঔষধৰ নাম কি?
উত্তৰ : ভিনকভ-১৯ ।
👉🏻 তথ্য প্ৰযুক্তি খণ্ডক গুৰুত্ব দিবলৈ কোন খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চাৰিটা তথ্য প্ৰযুক্তি কৰিডৰ নিৰ্মাণ কৰা হ'ব?
উত্তৰ : কেৰালা ।
👉🏻 গুজৰাট ইণ্টাৰনেচনেল ফাইনেন্স টেক চিটি (জিআইভিটি)ত কাৰ্যালয় খোলা প্ৰথম বহুপাক্ষিক সংস্থা কোনটো?
উত্তৰ : NDB.
👉🏻 কোন কেন্দ্ৰীয় মন্ত্ৰালয়ে 'iDEX' প্লেটফৰ্ম মুকলি কৰিছিল?
উত্তৰ : প্ৰতিৰক্ষা মন্ত্ৰালয় (Ministry of Defence) ।
👉🏻 কোনখন ৰাজ্য চৰকাৰে ২০২৩ বিত্তীয় বৰ্ষৰ বাবে ঘাটি বাজেট উপস্থাপন কৰিছে?
উত্তৰ : অসম ।
👉🏻 ভাৰতৰ প্ৰথম হাইড্ৰজেন ফুৱেল চেল কাৰ টয়োটা মিৰাই নিম্নলিখিত কোনমন্ত্ৰালয়ৰ দ্বাৰা মুকলি কৰা হৈছে?
উত্তৰ : কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয় (Union Ministry of Road Transport and Highways) ।
👉🏻 অধীনস্থ ঋণৰ বাবে ঋণ গেৰাণ্টি আঁচনিখন কেতিয়া লৈকে বৃদ্ধি কৰা হৈছে?
উত্তৰ : ৩১-০৩-২০২৩ ।

Post a Comment
0 Comments