উত্তৰ : ২২০ টা ।
👉🏻 শেহতীয়াকৈ ১৮৭ তম অসম ৰাইফলছ প্ৰতিষ্ঠা দিৱস কেতিয়া উদযাপন কৰা হৈছে?
উত্তৰ : ২৪ মাৰ্চ ।
👉🏻 কোন খন ৰাজ্যই ৩০ মাৰ্চ ২০২২ তাৰিখে ইয়াৰ ৭২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছিল?
উত্তৰ : ৰাজস্থান ।
👉🏻 ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ দ্বিতীয় গৰাকী মহিলা সঞ্চালক কোন হৈছে?
উত্তৰ : ড. ৰেণু সিং (Dr Renu Singh) ।
👉🏻 কোনটো দলে ৩৬ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে?
উত্তৰ : কানাডা ।
👉🏻 উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ দ্বাৰা মুকলি কৰা 'পূৰ্তি প্ৰদাত শ্ৰী সোমিয়া' নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰ : শ্যাম প্ৰসাদ ।
👉🏻 ৰেটিং এজেঞ্চী ICRA লিমিটেডে ভাৰতৰ GDP বৃদ্ধিৰ হাৰৰ পূৰ্বানুমান কৰিছে ৮% ৰ পৰা ২০২২-২৩ বৰ্ষত কিমান লৈ হ্ৰাস কৰিছে?
উত্তৰ : ৭.২ শতাংশ ।
👉🏻 নেহৰু সংগ্ৰহালয়ৰ নতুন নাম কি?
উত্তৰ : প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় ।
👉🏻 ৰান গ্লোবেল U-40 আৰু আণ্ডাৰ চেল্ফ-মেড বিলিয়নেয়াৰ ২০২২ ত ভাৰতৰ স্থান কিমান?
উত্তৰ : চতুৰ্থ ।
👉🏻 শেহতীয়াকৈ, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১১ টা বিভিন্ন শ্ৰেণীত কিমানটা 'ৰাষ্ট্ৰীয় জল বঁটা ২০২২' প্ৰদান কৰিছে?
উত্তৰ : ৫৭ টা ।
👉🏻 আন্তঃগাঁথনি লীজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ (IL&FS) ৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : CS Rajan.
👉🏻 ২১ তম ৰাষ্ট্ৰীয় পেৰা চুইমিং চেম্পিয়নশ্বিপ ২০২২ ৰ খিতাপ কোনে জিকিছে?
উত্তৰ : মহাৰাষ্ট্ৰ ।
👉🏻 নিউজউইক ৱৰ্ডছ বেষ্ট হস্পিটেলচ ২০২২ জৰীপত কোনে 'ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয়' বঁটা লাভ কৰিছে?
উত্তৰ : মেদন্ত চিকিৎসালয়, গুৰুগ্ৰাম ।
👉🏻 তৃতীয় 'বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ ২০২১'ৰ বিজয়ী কোন?
উত্তৰ : মীৰাবাই চানু ।
👉🏻 কোন খন দেশৰ ফুটবল খেলুৱৈ মিগুৱেল ভান ডামৰ মৃত্যু হৈছে?
উত্তৰ : বেলজিয়াম ।
👉🏻 আন্দামান আৰু নিকোবৰৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান (DGP) কোন হৈছে?
উত্তৰ : নীৰজ ঠাকুৰ ।

Post a Comment
0 Comments